মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

শিশু তত্বাৱধান একক, ডি.চি.পি.ইউ.

  • অৱলোকন

    শিশু উন্নয়নৰ দিশত অৱহেলা প্ৰদৰ্শন কৰা সমাজত কেতিয়াও ন্যায়িক সমতা অথবা ব্যাপক সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন সম্ভৱ নহয় যিহেতু শিশু সকলেই হৈছে দেশৰ ভৱিষ্যত। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে নিৰন্তৰ আৰু সামগ্ৰীক ভাৱে শিশুৰ জীৱন ধাৰণ, সুৰক্ষা, উন্নয়ন, সৱলীকৰণ আৰু অংশগ্ৰহণৰ দিশত গুৰুত্ব আৰোপ কৰি আহিছে। শিশু সুৰক্ষা আৰু পুনৰসংস্থাপন সেৱাৰ অংশ স্বৰূপে, বিভাগে অসমত চি.চি.আই. আৰু শিশু গৃহ হিচাপে, পৰ্য্যবেক্ষণ গৃহ, বিশেষ গৃহ ইত্যাদিৰ এক কাৰ্য্যতন্ত্ৰৰ বিকাশ ঘটাইছে। চি.চি.আই.ত আশ্ৰয় লাভ কৰা সকলৰ সামগ্ৰীক বিকাশৰ বাবে বিভাগে কাম কৰি আহিছে যাতে এই সমূহত আশ্ৰিত সকলে সমাজৰ মুখ্য ধাৰালৈ উভতি আহিব পাৰে।

    1. শিশুৰ উন্নয়ন সুনিশ্চিত কৰিবলৈ সমাজ কল্যাণ বিভাগৰ কিছু উদ্দেশ্যাৱলী হৈছেঃ
    2. বঞ্চিত, নিৰাশ্ৰিত পিতৃ-মাতৃ হাৰা জনক সুৰক্ষা প্ৰদান কৰা আৰু তত্বাৱধান লোৱা।
    3. শিশুৰ পুনৰ সংস্থাপনৰ বাবে শিক্ষা আৰু বৃত্তিগত শিক্ষা প্ৰদান কৰা।
    4. বাল্য বিবাহ আৰু শিশু সৰবৰাহ প্ৰতিৰোধ কৰা।
    5. শিশুৰ বিষয়ে সামাজিক সচতনতা সৃষ্টি কৰা।

    ডি.চি.পি.ইউ. কি?

    জিলা শিশু সুৰক্ষা একক হৈছে জিলা খনত সংযুক্ত শিশু সুৰক্ষা আইন আঁচনি(আই.চি.পি.এছ.) ৰূপায়ন কৰা আৰু জিলা খনত অব্যাহত থকা সকলো শিশু সুৰক্ষামূলক কাৰ্য্যক্ৰমৰ সৈতে সমন্বয় স্থাপন কৰাৰ বাবে দায়বদ্ধ প্ৰাথমিক একক। ই হৈছে জিলা এখনৰ বাবে শিশু সুৰক্ষা একক, যি অসম চৰকাৰে ১০৬নং ধাৰাৰ অধীনত গঠন কৰিছিল, আৰু ই হৈছে জিলাখনত কিশোৰ ন্যায়(শিশুৰ যত্ন আৰু সুৰক্ষা) আইন, ২০১৫ আৰু অন্য শিশু সুৰক্ষা সম্পৰ্কীয় ব্যৱস্থা সমূহ ৰূপায়ন কৰাটো সুনিশ্চত কৰে।

    অসমত জিলা অনুসৰি ডি.চি.পি.ও. যোগাযোগৰ তালিকা

     

    অসমৰ সকলো জিলাৰ ডি.চি.পি.অ. যোগাযোগৰ তালিকা
    ক্ৰ.. নংজিলাপদবীনামযোগাযোগৰ নম্বৰই-মেইল
    ১বাক্সাজিলা শিশু সুৰক্ষা বিষয়াশ্ৰী ধনজিত্ চৌধুৰী৯৬৭৮৯৭৫২০৬ dcpubaksa@gmail.com
    ২বৰপেটাআবেক্ষাকাল বিষয়া সহ জিলা শিশু সুৰক্ষা বিষয়াশ্ৰী ডেইজী হাজৰিকা৯৪৩৫২-৫৭৬৬১ dcpubarpeta@gmail.com
    ৩বঙাইগাওঁজিলা শিশু সুৰক্ষা বিষয়ামুস্তাফা হুছেইন৯৭০৭৫৫৩৯৫১ imon_simsim@rediffmail.com
    ৪কাছাৰশিশু বিকাশ প্ৰকল্প বিষয়া সহ ভাৰপ্ৰাপ্ত জিলা শিশু সুৰক্ষা বিষয়াশ্ৰীমতী বসন্তী কৰ৯৪৩৫৩৭৬১০৯ dcpocachar123@gmail.com
    ৫চিৰাংজিলা শিশু সুৰক্ষা বিষয়াশ্ৰীমতী সুৰাশ্ৰী পাঠক৮৭২০৯১১৬১২ dcpschirang@gmail.com
    ৬দৰংআবেক্ষাকাল বিষয়া সহ জিলা শিশু সুৰক্ষা বিষয়াশ্ৰী কবীন্দ্ৰ ৱাৰিছা৭৮৯৬৮১১৪৫৮ dcpodarrang@gmail.com
    ৭ধেমাজিজিলা শিশু সুৰক্ষা বিষয়াশ্ৰী এলেক্স দৌলে৯৭০৭৭৫৭৫৫৯pekegim@gmail.com
    ৮ধুবুৰীশিশু বিকাশ প্ৰকল্প বিষয়া সহ ভাৰপ্ৰাপ্ত জিলা শিশু সুৰক্ষা বিষয়াশ্ৰী সূৰ্য বৰুৱা৯৮৫৪৩৬৫৭৮৫ dcpu.dhubri@gmail.com
    ৯ডিব্ৰুগড়আবেক্ষাকাল বিষয়া সহ জিলা শিশু সুৰক্ষা বিষয়াশ্ৰী পুলিন চন্দ্ৰ বৰা৯৪৩৫৪৮৯১৫৪ dcpudibrugarh@gmail.com
    ১০ডিমা হাচাওজিলা শিশু সুৰক্ষা বিষয়াশ্ৰীমতী অঞ্জলী আৰ্য৯৫০৮৮৩০৩২৭ dcpudimahasao@gmail.com
    ১১গোৱালপাৰাআবেক্ষাকাল বিষয়া সহ জিলা শিশু সুৰক্ষা বিষয়াশ্ৰীমতী দীপ্তি ফুকন৯৪৩৫১০২০৫২icpsglp@gmail.com
    ১২গোলাঘাটজিলা সমাজ কল্যাণ বিষয়া ভাৰপ্ৰাপ্ত জিলা শিশু সুৰক্ষা বিষয়াশ্ৰীমতী বন্তী শইকীয়া৯৪৩৫১৬৭১৬৯ dcpugolaghat@gmail.com
    ১৩হাইলাকান্দিজিলা শিশু সুৰক্ষা বিষয়াশ্ৰী জিতুল বৰা৯৪৩৫৪৫৫৩২৮ dcpo.hailakandi@gmail.com, hailakandi.dcpu@gmail.com
    ১৪যোৰহাটআবেক্ষাকাল বিষয়া সহ জিলা শিশু সুৰক্ষা বিষয়াশ্ৰীমতী বৰ্ণালী বৰঠাকুৰ৯৪৩৫০৫১০০৫ DCPU.jorhat@rediffmail.com
    ১৫কোকোৰাঝাৰশিশু বিকাশ প্ৰকল্প বিষয়া সহ ভাৰপ্ৰাপ্ত জিলা শিশু সুৰক্ষা বিষয়াশ্ৰীমতী জীতাঞ্জলী ইচলাৰী৯৯৫৪৫০৮৪৬৭ probationofficer.kokrajhar@gmail.com
    ১৬কামৰূপজিলা শিশু সুৰক্ষা বিষয়াশ্ৰীমতী মালবিকা কলিতা৯৮৬৪৩২২১৬৭dcpokr@gmail.com
    ১৭কামৰূপ(ম)আবেক্ষাকাল বিষয়া সহ জিলা শিশু সুৰক্ষা বিষয়াশ্ৰীমতী বিঞ্জুমণি দাস৯০৮৫৩০৮০৮৭ dcpukammet@gmail.com
    ১৮কাৰ্বি আংলংআবেক্ষাকাল বিষয়া সহ জিলা শিশু সুৰক্ষা বিষয়াশ্ৰীমতী বাচাপ্পী টেৰাংপী৮৪৭৪০-৮৩০১১ ৯৮৫৯৬-৭৫৫৯২dcpuka@gmail.com
    ১৯কৰিমগঞ্জজিলা শিশু সুৰক্ষা বিষয়াশ্ৰী বিকাশ ৰঞ্জন কোঁৱৰ৯৬১৩৩৬৩০৩৮jjbkxj14@gmail.com
    ২০লক্ষীমপুৰজিলা সমাজ কল্যাণ বিষয়া ভাৰপ্ৰাপ্ত জিলা শিশু সুৰক্ষা বিষয়াশ্ৰী খগেন মোহন৯৪৩৫৩৯০৫৯২dcpo.nlp@gmail.com
    ২১মৰিগাওঁজিলা শিশু সুৰক্ষা বিষয়াশ্ৰী পৰিণীতা হাজৰিকা৯৮৬৪৪৫৭৮৮৮ dcpsmorigaon@gmail.com
    ২২নগাওঁআবেক্ষাকাল বিষয়া সহ জিলা শিশু সুৰক্ষা বিষয়াশ্ৰীমতী অজন্তা সোণোৱাল৯৪৩৫১৬১৭৩৩ nagaondcpo@gmail.com
    ২৩নলবাৰীপি অ (এন.আই.চি.) সহ ভাৰপ্ৰাপ্ত জিলা শিশু সুৰক্ষা বিষয়াশ্ৰী কংকন ভূঞা৯৮৫৪২৫৭৭৬৮ dcpu.nalbari@gmail.com
    ২৪শিৱসাগৰআবেক্ষাকাল বিষয়া সহ জিলা শিশু সুৰক্ষা বিষয়াদিব্য জ্যোতি দেউৰি৮৪৭৩৯৪৯৭০২ dcposivasagar@gmail.com
    ২৫শোণিতপুৰজিলা সমাজ কল্যাণ বিষয়া ভাৰপ্ৰাপ্ত জিলা শিশু সুৰক্ষা বিষয়াচামচেৰা হাজৰিকা৮০১১১৯৫৬৬৩ dcpusonitpur@gmail.com
    ২৬তিনিচুকীয়াজিলা শিশু সুৰক্ষা বিষয়াৰিজৱান তাছমিন হাজৰিকা৮৮৭৬৭৬৬৭০৭ dcpotinsukiaassam@gmail.com
    ২৭ওদালগুৰিজিলা শিশু সুৰক্ষা বিষয়াশ্ৰী গৌতম চহৰীয়া৯৮৫৪০১৮৯২৮ dcpuudalguri@gmail.com