| ক্ৰ. নং. | জিলাৰ নাম | বে-চৰকাৰী সংগঠনৰ নাম |
|---|
| ১ | কামৰূপ(ম) | ক) ডঃ আম্বেডকাৰ মিছন, গাওঁ- ধৌপাতাৰী, পো.অ.- চাংচাৰী, জিলা- কামৰিপ- ৭৮১১০১ |
| খ) অম্বিকাগিৰি সোঁৱৰণী ন্যাস, পাথৰকুঁৱৰী, গুৱাহাটী(আমাৰ ঘৰ)- ৭৫৭৬০৫১২৫৮ |
| গ) ভৰষা বৃদ্ধাবাস, সাতগাওঁ, গুৱাহাটী, ৯৬১৩৮৫১৫৭২ |
| ২ | দৰং | ক) ধুলা আঞ্চলিক শাৰিৰীকভাৱে অক্ষম উন্নয়ন এছোছিয়েচন, জিলা- দৰং- ৭৮৪১৪৬ |
| খ) উত্তৰ হীৰাপাৰা মহিলা আৰু শিশু উন্নয়ন সমাজ, দৰং জিলা, অসম |
| ৩ | ধুবুৰী | ক) ফুলকুমাৰী বাপুজী ক্লাৱ, গাওঁ আৰু পো.অ.- ফালিমাৰী, জিলা- ধুবুৰী, অসম- ৭৮৩৩২৫ |
| ৪ | নগাওঁ | ক) মহিলা মণ্ডল, গাওঁ- চোটা ৰূপাহী, পো.অ.- হীৰাপতি, হয়বৰগাওঁ হৈ, জিলা- নগাওঁ- ৭৮২০০২ |
| খ) উত্তৰ-পূবৰ মানৱ সম্পদ উন্নয়ন পৰিষদ, এছ.এম. ৰোড. পানীগাওঁ, জিলা- নগাওঁ, অসম- ৭৮২০০১ |
| গ) অল আমিন পুথিভঁৰাল ফাউণ্ডডেশ্বন, আমিনপট্টি, পো.অ. আৰু জিলা- নগাওঁ, অসম- ৭৮২০০১ |
| ঘ) বহুমুখী কৃষি আৰু সমাজ কল্যাণ সমিতি, নূৰ নগৰ, পো.অ.- হীৰাপট্টি, হয়বৰগাওঁ হৈ, নগাওঁ, জিলা- ৭৮২০০২ |
| ঙ) সাৰ্বজনীন স্বাস্থ্য টীকাকৰণ আৰু জনসংখ্যা নিয়ন্ত্ৰণ সংগঠন, ৰঙ্গালু, পো.অ.- জুমাৰমূৰ, কঠিয়াতলী হৈ, জিলা- নগাওঁ, ৭৮২৪২৭ |
| চ) গ্ৰাম বিকাশ পৰিষদ, মুখ্য কাৰ্য্যালয়- ৰঙ্গালু, পো.অ.- জুমাৰমূৰ, কঠিয়াতলী হৈ, জিলা- নগাওঁ, ৭৮২৪২৭। প্ৰকল্প কাৰ্য্যালয়ঃ জি.ভি.পি. কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, আমিনপট্টি, আৰ.ডি.এম. ৰোড, পো.অ.- নগাওঁ, জিলা- নগাওঁ, অসম- ৭৮২০০১ |
| ছ) সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সংস্থা, তেলীয়াপট্টি, চান্দমাৰী পথ, শংকৰ ৰোড. পো.অ.- হয়বৰগাওঁ- ৭৮২০০২, জিলা- নগাওঁ |
| ৫ | লক্ষীমপুৰ | খৰাপাতাৰ সন্মিলিত যুৱক সমাজ, পো.অ.- চন্দকখওৱা- ৭৮৭০৫৪, জিলা- লক্ষীমপুৰ |
| ৬ | হাইলাকান্দি | ক) উডয়ুচী, পো.অ.- লক্ষীৰবন্দ, জিলা- হাইলাকান্দি. |
| খ) দক্ষিণ বৰবন্দ গ্ৰাম উন্নয়ন কেন্দ্ৰ, গাওঁ আৰু পো.অ.- বৰবন্দ, হাইলাকান্দি- ৭৮৮১৬৪ |
| ৭ | মৰিগাওঁ | ক) বাৰচাল গ্ৰাম্য সাক্ষৰতা সমিতি, বৰাচল, পো.অ.- নাগাবান্ধা, জিলা- মৰিগাওঁ, অসম |
| খ) জালুগুটি অগ্ৰগামী মহিলা সমিতি, গাওঁ আৰু পো.অ.- জালুগুটি, জিলা- মৰিগাওঁ- ৭৮২১০৪ |
| ৮ | লক্ষীমপুৰ | ক) জাগ্ৰীতি সন্মিলিত উন্নয়ন কেন্দ্ৰ, পো.অ.- ইছলাম গাওঁ, লক্ষীমপুৰ- ৭৮৭০৫৪ |
| খ) তীৰ্থেশ্বৰ হাজৰিকা সোঁৱৰণী ন্যাস, উত্তৰ লক্ষীমপুৰ |
| ৯ | কৰিমগঞ্জ | ক) কৰিমগঞ্জ চাপঠা বৰ্ণ কল্যাণ সংগঠন, নজৰজুৰি, পো.অ.- এৰালীগোল, জিলা- কৰিমগঞ্জ, অসম |
| খ) ৰগুৰতোক ক্লাৱ আৰু পুথিভঁৰাল, পো.অ.- আচল কান্দলি, জিলা- কৰিমগঞ্জ, অসম- ৭৮৮৭২৩ |
| ১০ | শোণিতপুৰ | ক) সূৰ্য্যোদয় যুৱ সংঘ, ১ নং দলাবাৰী, পো.অ.- কলীয়াভূমোৰা, জিলা- শোণিতপুৰ |
| খ) দৰ্পন,গাওঁ- বেচেৰীয়া, পো.অ.- বেচেৰীয়া, জিলা- শোণিতপুৰ, অসম- ৭৮৪১৫০ |