কেৱল এটা খণ্ডতহে ১৯৭৫ চনত আই.চি.ডি.এছ. মুকলি কৰা হৈছিল। তাৰ পছৰে পৰাই ইয়াৰ সম্প্ৰসাৰণ কৰি থকা হৈছিল আৰু কালক্ৰমত অসমৰ সকলো খণ্ডতে ইয়াক স্থাপন কৰা হয়। একেবাৰে আৰাম্ভণিত আই.চি.ডি.এছ.ৰ ৰূপায়ন কেৱল দৰিদ্ৰ শ্ৰেণীৰ লোকৰ ক্ষেত্ৰতহে বিবেচনা কৰা হৈছিল। কিন্তু ২০০৫ চনত কেৱল দৰিদ্ৰ শ্ৰেণীৰ পৰিৱৰ্তে স্বাস্থ্য আৰু পুষ্টিৰ স্থিতিৰ ভিত্তিত সকলো শ্ৰেণীৰ লোককে ইয়াৰ অধীনত সামৰি লোৱা হয়। এই আঁচনি সমগ্ৰ অসমতে ৬২,১৫৩ অংগণবাদী কেন্দ্ৰৰ(এ.ডব্লিও.চি.) জৰিয়তে ৰূপায়ন কৰা হয়।
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ বাবে সাধাৰণ সহায়ৰ উদ্দেশ্যে ৯০:১০ অনুপাতত আৰু পৰিপূৰক পুষ্টিৰ উদ্দেশ্যে ৯০:১০ অনুপাতত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পুঁজিৰে এই আঁচনি ৰূপায়ন কৰা হয়।
আই.চি.ডি.চি.ৰ মুখ্য উদ্দেশ্য সমূহ হলঃ
আই.চি.ডি.এছ.ৰ অধীনষ্ঠ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু এইবোৰৰ সবিশেষ তলত উল্লেখ কৰা হল।
| Title | Size | Detail |
|---|---|---|
| 1019.36 KB | ||
| 4.17 MB | ||
| 478.71 KB | ||
| 1.07 MB | ||
| 1.09 MB |